আজি ফেচবুক পথাৰখন উকা উকা, তুমি এবাৰো অনলাইন নাহিলা.. অশান্ত মনটোৱে বাৰে বাৰে ভুমুকি মাৰিছে তোমাৰ চোতাল, কিজানিবা চাট অফ ৰাখি মোৰ ৰং চাই আছা... আজি তুমি অনলাইন নাহিলা, এলি এইটিনৰ ফটো শ্বেয়াৰ নকৰিলা.. কি বাহানাত তোমাক ইনবক্সলৈ আজুৰি আনো কোৱা ? ফেচবুকৰ পথাৰ আজি উকা উকা
Posted on: Tue, 25 Jun 2013 16:57:22 +0000
Trending Topics
Recently Viewed Topics
© 2015