-দেউতা মই কেনেকৈ জন্ম - TopicsExpress



          

-দেউতা মই কেনেকৈ জন্ম হ’লো?দেউতাক – সোণ মই তোৰ মাৰক প্রথম Yahoo Chat Room দেখিছিলো। তাৰপাছত Cyber Cafeত প্রথমবাৰ লগ কৰিলো। তোৰ মাৰৰ Software দেখি মোৰ Hardware প্রেমত পৰি গ’ল। তাৰপাছত আমি এটা ৰুমলৈ সোমালোগৈ কিয়নো তেতিয়ালৈ আমাৰ CPU গৰম হৈ গৈছিল। তোৰ মাৰে মোৰ Pen Drive ৰ পৰা file Download কৰিবলৈ ৰাজী হৈ গ’ল । কিন্তু যেতিয়াই Upload কৰিবলৈ ল’লো , আমি অনুভৱ কৰিলো যে আমি Anti-Virusও ব্যৱহাৰ নকৰিলো অন্ততঃ Firewall ৰ ব্যৱহাৰো নকৰিলো । কিন্তু তেতিয়ালৈ ইমানেই দেৰি হৈ গৈছিল যে Deleteবা Escape Button ব্যৱহাৰ কৰাও সম্ভৱ নাছিল । ছয় সপ্তাহ পিছত তোৰ মাৰে Internetত Chat কৰি জনালে যে তেঁওৰ Operating Systemটোয়ে কোনোবা Self-Extracting File ৰ বাবে Unauthorized Program Activity দেখাবলৈ ধৰিছে,যাৰফলত তেওৰ System Slow হৈ গৈছে। সেই Self-Extracting File তোৰৰ মাৰৰ BIOSত Load আছিল। ন মাহ পাছত Pop-Up দেখুৱালে , য’ত লিখা আছিল, Youve Got Mail (Male)! #Copied [[lol.smile]]
Posted on: Sun, 26 Oct 2014 10:44:29 +0000

Trending Topics



ht:30px;">
STARS WARS - EPISÓDIO 7: DIRETOR J.J. ABRAMS COMENTA TROCA DE

Recently Viewed Topics




© 2015