Jokes: 3 Idiots facebook version: শিক্ষক-:- ঐ - TopicsExpress



          

Jokes: 3 Idiots facebook version: শিক্ষক-:- ঐ লৰা, কিয় হাহি আছ? ৰান্সো:--বহুত দিনৰ পৰা ফেচবুকত একাউন্ট খোলাৰ কথা ভাবি আছিলো আজি খুলিলো..ভাল লাগিছে.. শিক্ষক: বৰ স্মাৰ্ট দেখুৱাৰ প্ৰ্য়োজন নাই..কোৱাছোন পোস্ট মানে কি? ৰান্সো: Anything that is posted on Facebook is a Post, চাৰ শিক্ষক: Can you please elaborate? ৰান্সো-: Sir...ফেচবুকৰ বুকুত যি দিয়ে সিয়ে পোস্ট চাৰ, যেনে, ফুৰিবলৈ গল, ফটো মাৰিলে,ফটো আপলোদ কৰিলে পোস্ট চাৰ, খেল চালে,স্কৰ দিলে,পোস্ট হয় চাৰ চাৰ,সচাকথাত আমি পোস্টৰে আৱৰি আছো কৰ্টিনাৰ ছবিৰ পৰা ৰনাল্ডোৰ কিকলৈকে সব পোস্ট হয় চাৰ! এক ছেকেন্ডত কমেন্ট এক চেকেন্ডত লাইক Comment-Like... Comment-Like... শিক্ষক: Shut up! Account বনাই কৰিবি Comment-Like...Comment-Like...? হেৰা,ছটুৰ,তুমি কোৱাছোন? ছটুৰ-: Pictures, texts or videos posted through mobile or tablet or laptop or desktop via different operating systems using internet on Facebook is called a Post... শিক্ষক: Excellent! ৰান্সো: পিছে চাৰ, মইওটো এইটো কে কৈছিলো,চিধা-চিধি শব্দত.. শিক্ষক-: চিধা চিধি শব্দত যদি একাউন্ট খুলিব মন আছে তেন্তে orkut বা twitter নুখুলা কিয়? ৰান্সো: পিছে চাৰ,আন চাইততো ... শিক্ষক: Get out! ৰান্সো: Why sir? শিক্ষক: চিধা শব্দত কৈছো বাহিৰলৈ যাওক... ৰান্সো বাহিৰলৈ যায় আকৌ উভটি আহে.. শিক্ষক: কি হল? ৰান্সো: কিবা এটা পাহৰিলো চাৰ শিক্ষক-কি ? ৰান্সো---: A utility button given to us, to protect our private data i.e. pictures, messages or personal information for being stolen or used for bad purpose by hackers or anyone else... শিক্ষক--আৰে ,কবলৈ বিছাৰিছা কি ? ৰান্সো--LOG OUT চাৰ, log out কৰিবলৈ পাহৰি গৈছিলো.. শিক্ষক--তুমি কি চিধা-চিধি কব নোৱাৰিলা নেক ৰান্সো--অলপ দেৰি আগতে চাৰ চিধা-চিধি কৈ য়ে কৈছিলো,আপুনি পছন্ড নকৰিলে...........
Posted on: Sat, 29 Mar 2014 16:27:15 +0000

Trending Topics



Recently Viewed Topics




© 2015