অনুভৱৰ পৃথিৱীত যেতিয়ে - TopicsExpress



          

অনুভৱৰ পৃথিৱীত যেতিয়ে স্মৃতিয়ে টোকৰ দিয়ে/তেতিয়া ছন্দময় হৈ উঠে হৃদয়ৰ সেউজীয়া দলিচা/এপাহী এপাহী কৈ সৰি পৰে ভাৱনাৰ শেৱালীবোৰ /ৰুদ্ধ দুৱাৰ খুলি ওলাই আহে শব্দবোৰ/আৰু নাম লয়. ;কবিতা অথবা গানৰ; @nisha@
Posted on: Fri, 28 Jun 2013 05:28:17 +0000

Trending Topics



Recently Viewed Topics




© 2015