অসমত বৰ্তমান কিমানখন - TopicsExpress



          

অসমত বৰ্তমান কিমানখন স্বায়ত্ত পৰিষদ আছে আৰু কিমানখনৰ প্ৰয়োজন আছে ?? ১৩ নৱেম্বৰত (কালিলৈ) অসম মিঞা পৰিষদে ২৪ ঘন্টীয়া অসমবন্ধৰ ঘোষণা কৰিছে, স্বায়ত্ত পৰিষদৰ দাবীত । যিবিলাক মানুহৰ স্বায়ত্ত পৰিষদ নাই (আমাৰ দৰে), সেইবিলাক কি ?? বাংলাদেশী নিকি? এনেকুৱা বন্ধ যেন কোনেও নামানে তাকেই কামনা কৰিলো !!
Posted on: Tue, 12 Nov 2013 14:47:19 +0000

Trending Topics



Recently Viewed Topics




© 2015