আজিকালি ফেচবুকত অসমীয়া’ - TopicsExpress



          

আজিকালি ফেচবুকত অসমীয়া’ নাইবা ’খাটি অসমীয়া’ লিখাটো ফেশ্বনত পৰিণত হৈছে যেন লাগিছে!! তেনেকৈ লিখা মানুহবোৰ আনতকৈ বেছি অসমীয়া নে নিজৰ অসমীয়া পৰিচয়ৰ সংকটত ভুগিছে- কোনোবাই যদি অলপ বুজাই দিলেহেঁতেন!!!
Posted on: Sun, 30 Jun 2013 05:39:44 +0000

Trending Topics



Recently Viewed Topics




© 2015