এজন অল্পমতি কবিয়ে কৈছিল- - TopicsExpress



          

এজন অল্পমতি কবিয়ে কৈছিল- কবিতা এটা লিখিবলৈ তেওঁৰ হেনো পোন্ধৰ মিনিটো নালাগে| ভাগ্য ভাল যে তেওঁ কথাটো মোক ফোনতহে কৈছিল, সমুখত কোৱা হ’লে ভৰিত ধৰি সেৱা এটা কৰিলোঁহেঁতেন| কবিতাক প্ৰাৰ্থনা বুলি ভবা প্ৰতিষ্ঠিত কবিৰ আগত ক’লে কিজানি কাণতলীয়া দুটামান সোধাই দিলেহেঁতেন!!
Posted on: Fri, 02 Aug 2013 17:53:57 +0000

Trending Topics



Recently Viewed Topics




© 2015