এবাৰ ইঞ্জিনিয়াৰিং কলেজৰ - TopicsExpress



          

এবাৰ ইঞ্জিনিয়াৰিং কলেজৰ সকলো প্ৰফেচাৰক এৰোপ্লেন এখনত বহুৱালে.. তাৰ পিছত ঘোষনা কৰিলে যে - "এই এৰোপ্লেনখন আপোনালোকৰ চাত্ৰ-ছাত্ৰী বোৰে বনাইছে” সকলো প্ৰফেছাৰ ভয়তে প্লনৰ পৰা নামি আহিল… কিন্তু প্ৰিঞ্চিপাল বহি থাকিল , মানুহবোৰে শুধিলে : আপোনাৰ ভয় নালাগে ? প্ৰিঞ্চিপাল : মোৰ নিজৰ চাত্ৰ-ছাত্ৰী বোৰৰ ওপৰত পুৰা বিস্বাস আছে ... . . . . . এৰোপ্লেন খন স্তার্ট এ নহব !! :-D ;-) ॥ বন্ধুসকল টেটোন তামুলি গ্ৰুপত জইন কৰক ,কমেন্ট বক্সৰ লিংকটোত ক্লিক কৰি ॥
Posted on: Mon, 08 Jul 2013 10:23:58 +0000

Trending Topics



Recently Viewed Topics




© 2015