তালিকাখন কোনো ক্রম - TopicsExpress



          

তালিকাখন কোনো ক্রম অনুসৰি সজোৱা হোৱা নাই। মনলৈ ভূমুকি মাৰিছে অলেখ কিতাপৰ নামে যাৰ প্ৰভাৱ প্ৰত্যক্ষ আৰু প্ৰৰোক্ষভাৱে অনুভৱ কৰিছো॥ কোনখন এৰো, কোনখন ধৰো । তালিকাৰ সীমাবদ্ধতা । তথাপি এই মুহুতত্‍ মনলৈ অহা কিতাপ কেইখন ::--> 1.আইনষ্টাইন আৰু পদাথ জগত,শিৱনাথ বমন ॥ 2 মই ঈশ্বৰক বিশ্বাস নকৰো কিয় ? প্ৰবীৰ ঘোষ॥ 3 সুগন্ধি পখিলা হীৰুদা ॥ 4.মৰমৰ দেউতা ভবেন্দনাথ শইকীয়া॥ 5. THE DIARY OF A YOUNG GIRL, ANNE FRANK ॥ 6. CRIME AND PUNISHMENT, DOSTOEVSKY ॥ 7.তত্তকথা, লক্ষ্মীনাথ বেজবৰুৱা ॥ 8.উপলা নদীৰ দৰে, মহেন্দ বৰা ॥ 9. নাহৰৰ নিৰিবিলি ছাঁ আৰু চাহেবপুৰাৰ বৰষুণ, অনুৰাধা পূজাৰী ॥ 10.এডলফ হিটলাৰ আৰু নাপালেয় বনাপাত সত্যেন বৰকটকী 11. সময়, সংগীত, সীমান্ত , হিৰণ্য কাশ্যপ ॥ ধন্যবাদ অনামিকা॥ নিয়ম অনুসৰি মই Tothagot, dip, gitashree, pragyani, Ankur da, gouri sir ৰ নাম বাছনি কৰিলো ॥॥
Posted on: Fri, 12 Sep 2014 12:24:41 +0000

Trending Topics



Recently Viewed Topics




© 2015