নিসংগতাৰে বহি - TopicsExpress



          

নিসংগতাৰে বহি আছিলো সন্ধিয়াৰ...... মুকলি আকাশৰ তলত চাই পঠিয়ালো বিশাল আকাশৰ বুকুলৈ মেঘৰ আৰে আৰে জোনাকে মিচিকি হাঁহি মাৰিছে তিৰবিৰ তৰাবোৰে নাচি নাচি লুকাভাকু খেলিছে.... উৰুঙা বতাহজাকি আহি চুই গল মোক সন্ধিয়াৰ শীতলতাৰ অনুভৱ এক শান্ত স্নিগ্ধ কোমল স্পৰ্শৰে দি গল মোক হৃদয়ত এক অবুজ প্ৰেমৰ অনুভৱ.... >>Shampati ChurChung Rabha
Posted on: Wed, 19 Jun 2013 14:41:33 +0000

Trending Topics



Recently Viewed Topics




© 2015