পুৰস্কাৰ আৰু - TopicsExpress



          

পুৰস্কাৰ আৰু সন্মানসমূহ[সম্পাদনা কৰক] ড° এ, পি, জে, আব্দুল কালামৰ ৭৯তম জন্মদিৱস ‘ৰাষ্ট্ৰসংঘ‘ই ’বিশ্ব শিক্ষাৰ্থী দিৱস’ হিচাপে পালন কৰিছিল[81]। ৪০ খন বিশ্ববিদ্যলয়ে তেখেতক সন্মানসূচক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে[82][83]। ভাৰত চৰকাৰেও DRDO আৰু ISRO ৰ লগতে চৰকাৰৰ বিজ্ঞান উপদেষ্টাৰ ৰূপত তেখেতৰ অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৮১ চনত ‘পদ্ম ভুষণ’ আৰু ১৯৯০ চনত ‘পদ্ম বিভুষণ’ উপাধিৰে ড° কালামক সন্মানিত কৰে[84]। ১৯৯৭ চনত, ভাৰতৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিজ্ঞানসন্মত গৱেষণাৰ আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত ড° কালামৰ যুগান্তকাৰী অৱদানৰ বাবে তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে বিভূষিত কৰা হয়[85]। বৰ্ষ সন্মান বা বঁটা বঁটা প্ৰদানকাৰী ২০১১ IEEE Honorary Membership IEEE[86] ২০১০ Doctor of Engineering University of Waterloo[87] ২০০৯ হভাৰ মেডেল (Hoover Medal) ASME Foundation, USA[88] ২০০৯ International von Kármán Wings Award California Institute of Technology, আমেৰিকা যুক্তৰাষ্ট্ৰ[89] ২০০৮ Doctor of Engineering (Honoris Causa) Nanyang Technological University, Singapore[90] ২০০৭ King Charles II Medal ৰয়েল ছছাইটি (Royal Society), U.K[91][92] ২০০৭ Honorary Doctorate of Science University of Wolverhampton, U.K[93] ২০০০ ৰামানুজন বঁটা Alwars Research Centre, Chennai[94] ১৯৯৮ Veer Savarkar Award ভাৰত চৰকাৰ[9] ১৯৯৭ Indira Gandhi Award for National Integration ভাৰত চৰকাৰ[9][94] ১৯৯৭ ভাৰত ৰত্ন ভাৰত চৰকাৰ[94][95] ১৯৯০ পদ্ম বিভূষণ ভাৰত চৰকাৰ[94][96] ১৯৮১ পদ্ম ভূষণ ভাৰত চৰকাৰ[94][96]
Posted on: Tue, 23 Dec 2014 16:18:07 +0000

Trending Topics



Recently Viewed Topics




© 2015