::::: প্রেম::::: মোৰ অভিধানৰ - TopicsExpress



          

::::: প্রেম::::: মোৰ অভিধানৰ আটাইতকৈ সস্তীয়া শব্দটোৱেই হৈছে "প্রেম" !দুটি আখৰৰ এই শব্দটো বর্তমানে মোৰ ঘৃণাৰ পাত্র !!!! ই সদ্যহতে ৰুপান্তৰিত হৈছে পণ্য সামগ্রীলৈ!বিশাল হৃদয়ৰ প্রয়োজনীতা ইয়াত নোহোৱা হৈ আহিছে !আজিৰ প্রেমৰ সংকীর্ণ অর্থই মোক সঁচাকৈয়ে বিভ্রান্ত কৰিছে!! প্রেমৰ গভীৰতা আজি মৰুভূমিলৈ পৰিণত হৈছে!!!!!! ණ Dharitri Devi
Posted on: Tue, 23 Jul 2013 05:53:08 +0000

Trending Topics



Recently Viewed Topics




© 2015