ফেচবুক এনে এক স্থান - TopicsExpress



          

ফেচবুক এনে এক স্থান যত... ১) বন্ধুত্ব শেষ কৰিবলৈ এক চেকেণ্ড লাগে click unfriend ২) male ৰ পৰা female হবলৈ এক চেকেণ্ড লাগে ৩) এক চেকেণ্ডত in a relationshipআৰুএক চেকেণ্ডত single ৪) Engage ৰ married হবলৈ লাগে এক চেকেণ্ড আৰু divorced হবলৈ কেৱল এটা click ৫) ফেচবুকত সকলো পোৱা যায়, কিন্তু বাস্তৱত একোৱেই নাই!!
Posted on: Sun, 09 Nov 2014 15:29:28 +0000

Trending Topics



Recently Viewed Topics




© 2015