ম‍ই কিয় মূখ্য মন্ত্ৰী - TopicsExpress



          

ম‍ই কিয় মূখ্য মন্ত্ৰী নহলো ...... অৰবিন্দ কেজৰিৱাল , তৰুন গগৈ , নৰেন্দ্ৰ মোদি আদি মূখ্য মন্ত্ৰী হল ম‍ই নহলো কিয় জানেনে ? এওঁ লোক সকলোৰে এটা ভাল গুণ আছে ..... তেওঁলোকে Extreme Mental Tension সহ্য কৰিব পাৰে ... যিটো গুণ মোৰ নাই .... আমাৰ বহুতৰেই নাই | আমি Tension এৰাই চলিব খোজো কিন্তু এওঁলোকে Tensionৰ মাজেৰে পাৰ হৈ যাব পাৰে | অপ্ৰিয় হলেও সত্য .....
Posted on: Sat, 25 Jan 2014 07:43:13 +0000

Trending Topics



Recently Viewed Topics




© 2015