সন্ধিয়া নৈ ঘাটলৈ জোনটি - TopicsExpress



          

সন্ধিয়া নৈ ঘাটলৈ জোনটি নামি আহিছিল মোৰ সৈতে গা ধুবলৈ.... জোনটিৰ দেহৰ ভাঁজবোৰ জিলিকি উঠিছিল নৈৰ পানীত... দূৰৈত মাঝিৰ ভটিয়ালী গীতত কঁপি উঠিছিল বতাহ আৰু জোনটিয়ে লাজতে মুখ লুকুৱাইছিল মোৰ বুকুত....
Posted on: Sun, 31 Aug 2014 13:44:22 +0000

Trending Topics



Recently Viewed Topics




© 2015