ৰাম আৰু সীতাৰ কথোপকথনৰ *Part - TopicsExpress



          

ৰাম আৰু সীতাৰ কথোপকথনৰ *Part 2.... ৰামে Facebook ত সীতালে দিয়া message... কি কৰিছা ? ভালে আছানে ? তুমি চিন্তা নকৰিবা মই গৈ আছো ৷ দলংখন বনাই হৈছেই আৰু ৷ আমাৰ বান্দৰ সেনা ভাগৰুৱা হৈ গৈছে দলং বনাই বনাই তাতে কেইটামান বান্দৰে ভাল ফুটবল খেলিছিল কাৰণে ISL ত কিনিললে সিহঁতক ৷ আৰু বহুত বান্দৰ সিহঁতৰ খেল চাবলে Guwahati পালেগৈ ৷ বাকি ৰাবণে দিগদাৰ দিছেনি ৷ তুমি পৰহী facebook ত দিয়া Photo খন দেখিলো ৷ ভাল লাগিছে ৷ কিন্তু আগতকে অলপ কলা হলা ৷ তোমাক লাহে লাহে লংকাৰ মানুহৰ নিচিনাই লগা হৈছে ৷ তাত গোটেই সাগৰ বুলি সাগৰৰ পাৰৰ photo নিদিবা আক৷ আৰু ডাঙৰ কথা এটা হল জানা ৷ সেইদিনা আমি Chat কৰা কথাখিনি leak হৈ গল ৷ আমাৰ Chat ৰ কথাবোৰ বহুতে Copy paste কৰি বহুত Facrbook group দি বাহ বাহি লৈ ফুৰিছে ৷ মইটো শুনামতে Whatsapp, Hike, Wechat টো AIDS দৰে আমাৰ গোপনীয় কথাবোৰ বিয়পি গল ৷ মই জানো এইটো ৰাবণৰে কাম হব ৷ হাৰামিটোৰ আৰুটো বেলেগ কাম নাই ৷ অকল Offline হৈ ছোৱালীৰ লগত চেনি খাই থাকে ৷ ইমান চেনি খাই সময়ত Diabetes হৈ মৰিব , গম পাব তেতিয়া ৷ এইদালৰ কথা কৈ পাহৰিছিলোৱে ৷ মোৰ নতুন Profile picture খন চালা নাই ৷ 300 likes পালো জানা ৷ আগতে শুদা গাৰে আছিলো যে সেইকাৰণে likes বোৰ কম পাইছিলো ৷ এইবাৰ LUX COZI পিন্ধি লৈছিলো ৷ Sunny Deal যে কই Aapna luck pehen ke solo ৷ চোৱা Lux Cozi পিন্ধি কিমান likes পালো ৷ সেইকাৰণে এইটো এতিয়া পিন্ধিয়ে থাকো ৷ বাকি হনুমানৰ হাতত দি পঠোৱা #আতা_পিঠা খালো ৷ Thankx ৷ বহুত ভাল লাগিল ৷ এতিয়ালে আৰু কথা নাপাটো দেই ৷ মোৰ Net peck টো শেষ হব এতিয়া ৷ Ok bye .. See U soon ..... সীতাই ৰামক দিয়া Reply ... কিনো কৰিবা এনেই Bore হৈ বহি আছিলো ৷ এতিয়া Bigg Boss চাই আছো ৷ মইটো এতিয়া fb ত Online থাকিলে , Status দিলেও তোমাৰ আপত্তি ৷ Bdw তোমাৰ নতুন profile pic খন দেখিলো ৷ ভাল লাগিছে ৷ কিন্তু তুমি মোকহে কৈছিলা ৷ এতিয়া চোন মোতকে তোমাৰ photo ত হে ছোৱালীৰ like , comment বেছি ৷ হয়তো Lux Cozi ৰ কামাল ৷ তোমাৰ দোষ নাই বাৰু ৷ আৰু আমি Chat ত পতা কথাবোৰ leak হৈ বৰ বেয়া কথা হল জানা ৷ মই যে বৰ লাজ পাইছো ৷ সেইদিনা আবেলি লংকা তিনিআলিলে ওলাই যাওতে কেইটামান লৰাই বৰ হাঁহি হাঁহি পঢ়ি আছিল আমাৰ কথাবোৰ ৷ ছোৱা কিমান populr হৈ গল আমাৰ গোপনীয় কথাবোৰ ৷ Populr ৰ পৰা মনত পৰিল তুমি #Sakhyar লে Friend request পঠালা নাই বাৰু ৷ গম পাইছো তুমি পাহৰিলা বুলি ৷ এদিন হাবিলে গৈ মোক পাহৰিছিলা আৰু ৰাবণে মোক একেবাৰে লংকা পোৱাই দিলেহি ৷ যিহল নহল তুমি এতিয়া #Sakhyar_Jyoti_Mahanta লে friend reqst টো পঠাই লোৱা ৷ তাতকৈ ডাঙৰ কথাটো হল অহা 23 তাৰিখে তাৰ বহু অপক্ষিত #MAYABINI মুক্তি পাব সন্ধিয়া 7 বজাত ৷ মইটো কওঁ ভাই ছাগলীৰ নিচিনা কিকিকিকিকি......কিৰণ কোৱা Shah Rukh ৰ HNY চোৱাতকে ঘৰত বহি popcrn খাই #MAYABINI পঢ়াই ভাল ৷ বাকি হনুমানৰ হাতত দি পঠোৱা #আতা_পিঠা খাই ভাল পালা বুলি কোৱাত ভাল লাগিল ৷ Next time গাখীৰত দি বনাই খোৱাম হা ৷ Bdw আজিলে Bye ... Good Nite....n Miss U Ramu....
Posted on: Thu, 16 Oct 2014 14:55:15 +0000

Trending Topics



Recently Viewed Topics




© 2015