Just for fun :-) এটা ভয়ঙ্কৰ সত্য - TopicsExpress



          

Just for fun :-) এটা ভয়ঙ্কৰ সত্য ভাৰতত বোলে 1st class পাচ কৰা সকলে ভাল ভাল কলেজত যায় আৰু ডাক্তৰ, ইঞ্জিনীয়াৰ হয় ! 2nd class পাচ কৰা সকলে MBA ত admission লৈ Administrator হয় আৰু 1st class পোৱা সকলক পৰিচালনা কৰে ! 3rd class পোৱাবোৰে কতো Admission নলৈ ৰাজনীতিত লাগে আৰু 1st & 2nd class পোৱাসকলক পৰিচালনা কৰে ! Fail কৰা সকলেও কতো Admission লব নোৱাৰি underworld DON বনি যায় আৰু ওপৰত কোৱা সকলোকে পৰিচালনা কৰে ! আৰু যিসকলে একেবাৰে স্কুল যোৱাই নাই তেওঁলোকে সাধু বাবা বনি যায় আৰু ওপৰত উল্লেখ কৰা সকলোৱে তেওঁৰ চৰণত পৰেহি Last ত, তেওঁ সকলোকে পথ দেখুৱাই :-P
Posted on: Thu, 07 Aug 2014 14:43:22 +0000

Trending Topics



Recently Viewed Topics




© 2015