আমেৰিকাক Englishত America বুলি - TopicsExpress



          

আমেৰিকাক Englishত America বুলি কোৱা হয় ৷জাপানক Englishত Japan বুলি কোৱা হয় ৷শ্ৰীলংকাক Englishত Sri Lanka বুলি কোৱা হয় ৷ বাংলাদেশক Englishত Bangladesh বুলি কোৱা হয় ৷কিন্তু আচৰিত কথাটো কি জানেনে ? ভাৰতক ইংৰাজীত INDIA বুলি কোৱা হয় ৷কিন্তু কিয় ???Oxford Dictionaryৰ পৃষ্ঠা নং 789 ত লিখা আছে যে Indian শব্দৰ অৰ্থ old- fashioned &criminal peoples ৷ অৰ্থাৎ পিছপৰা আৰু অপৰাধী লোক ৷ ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে INDIA হল অসভ্য আৰু অপৰাধী লোকে বাস কৰা দেশ ৷ ভাৰত মাতা তথা ভাৰতীয় সকলক অপমান কৰিবলৈ ইংৰাজে এই নামটো ৰাখিছিল ৷ মই আপোনালোকক অনুৰোধ কৰিছোঁ -- INDIA শব্দৰ ব্যবহাৰ পৰিহাৰ কৰক ৷ ইয়াৰ সলনি ভাৰতক ইংৰাজীত BHARAT আৰু দেশবাসীক ইংৰাজীত Bhartiyan বুলি কওক ৷ যদি আপুনি মোৰ মতক সমৰ্থন কৰে, তেন্তে share কৰিব ৷
Posted on: Mon, 06 Oct 2014 17:25:56 +0000

Trending Topics



Recently Viewed Topics




© 2015