"এজাক জোনাকৰ বৰষুণ" তোমাৰ - TopicsExpress



          

"এজাক জোনাকৰ বৰষুণ" তোমাৰ প্ৰেমৰ বাণত স্তব্ধ হব খোজা মোৰ ফুটা ফুটি বুকুখন পাৰিবা জানো যোৰা লগাব মোৰ ভগ্ন কামিহাড় কেইডাল....... তোমাৰ কোমলতীয়া আঙুলীৰ পৰশত সাৰ পাইছিলে মোৰ নিশকতীয়া কামিহাড়ৰ মাজত স্নিগ্ধসনা জোনাকৰ কামিনীকাঞ্চনৰ সুবাসনা পাৰিবা জানো তুমি তাত তেজৰঙা গামোচাত মৰমৰ বুটা বাচিব....? @নয়ন মণি ৰাজবংশী@
Posted on: Fri, 12 Jul 2013 10:05:30 +0000

Trending Topics



Recently Viewed Topics




© 2015