দেউতাৰ চাকৰি নাই দেউতা - TopicsExpress



          

দেউতাৰ চাকৰি নাই দেউতা খেতিয়ক সেইবাবে হয়তো কোনেওঁ পাত্তা নিদিয়ে ।পাহৰি যাওঁ কেতিয়াবা নিজৰ অকাত ৰ কথা ।কোনোবাই যদি সোধে মই কাক বেছি ভাল পাওঁ তেতিয়া মই থৰকাছুটি খাওঁ,আৰে নাখাম কিয় মই এই মোবাইল তোৰ বাহিৰে আৰু কাক ভাল পাম মোৰ অকলশৰীয়া সময়খিনি ত মোক ইয়েই সময় দিয়ে আজিওঁ মোৰ দুখ এইটোৰবুকুত লিখিয়ে পাতলাইছো ।মনত মাত্ৰ এটা চিন্তা ই জুমুৰি দি ধৰিছে কিবা এটা কৰিব লাগে ।আজি মোৰ ওচৰত কোনো নাই এজনী প্ৰেমিকা ৰসপোন ও হৃদয়ত আছে কিন্তু কত পাম তেনে ছোৱালি যাক লৈ মই সুখী হব পাৰিম আৰু মোক লৈ তাই ।নিজৰ অকাত পাহৰি আনৰ লগত নিজক তুলনা কৰিব যাওঁ কিন্তু হঠাৎ মনত পৰি শান্ত হওঁ । >>indra
Posted on: Mon, 15 Jul 2013 04:18:53 +0000

Trending Topics



c-497147520377193">Merci Eric Bizot via Jacqueline Ricol "....Plus que jamais, il
I must appologize for all the holes i made in walls.. Ignored all

Recently Viewed Topics




© 2015