পাচঁটা পাগল এটা পুখুৰীৰ - TopicsExpress



          

পাচঁটা পাগল এটা পুখুৰীৰ পাৰত বহি কথা পাতি আছিল । ১ম পাগল:-শুনিছানে অলপ আগত এই পুখুৰীত জুই লাগিছিল । - ২য় পাগল:-হয় নেকি । তেনেহলে মাছবোৰ কত উৰি পালাইছিল । - ৩য় পাগল:-বুর্বক , মাছৰ কি ঘোড়াৰ দৰে পাখা আছে নেকি উৰি যাবলৈ ! - ৪র্থ পাগল:- তহত সকলো পাগল হৈ গৈছা । সেই সময়ত মাছবোৰ গছত উঠি আছিল । পাচঁ ম পাগলঃ ? টেটোন তামুলি
Posted on: Wed, 06 Nov 2013 17:14:14 +0000

Trending Topics



sexpress.com/Računalna-humanitarka-za-dječji-osmijeh-Moto-Expedition-topic-10153324746910523">Računalna "humanitarka" za dječji osmijeh Moto Expedition
ONE OASIS - Cagayan de Oro a condominium project of FILINVEST 2.7

Recently Viewed Topics




© 2015