"প্ৰেমত পচিযোৱা নষ্ট - TopicsExpress



          

"প্ৰেমত পচিযোৱা নষ্ট প্ৰেয়সী" মই প্ৰেমত পৰিব বিচৰা প্ৰেমিকাই মোক কলে... তুমি যদি টকা দিয়া মই তোমাক প্ৰেম দিম । তোমাৰ বাবেই মই জুলীয়েট হৈ তোমাৰবাবেই বাট চাম । তোমাৰ বাবেই ওঁঠত লেকমিৰ লিপষ্টিক লগাই হট গাৰ্ল হম । কিন্তু তুমি মোক সোণকালেই চুব নোৱাৰিবা । কল্পনা কৰিব নোৱাৰিবা সতিত্ব নাশৰ সম্ভোগ । কাৰণ মই তোমাৰ পৰা প্ৰথমে লম প্ৰেমৰ বিনিময়। তুমি মোক প্ৰথমে দিব লাগিব এটা মোবাইল চেমচাংঙৰ এনৰয়িড । তাৰ পিছত উইল্চ লাইফ ষ্টাইল শ্বোৰুমত কাপোৰৰ শ্বপিং। মোক বিলাসী হোটেলত খুৱাব লাগিব দেশী বিদেশী খাদ্য। মাহে মাহে মোৰ একাউন্টত থব লাগিবতোমাৰ দৰমাহাৰ আধা। পাৰিবানে কোৱা । ................................ মই কি কম মোৰ ভাল লগা প্ৰেয়সীক? কিন্তু কবলৈ বাধ্য হলো । কি কলো শুনক । হাৰামজাদি তোৰ নিচিনা প্ৰেয়সী এজনীক প্ৰেম কৰাতকৈ মই এটা কুকুৰপুহিম । অন্ততঃ সি প্ৰভু ভক্তহৈ মোৰ ওঁচৰত নমৰালৈ থাকিব । তই এজনী বেশ্যাৰ দৰে মোৰ ওঁচৰত দেহৰ বিনিময়ত টকা বিচাৰিছ। তহত বোৰৰ বাবেই আজি বদনাম প্ৰেমৰদুনিয়া । যা যাগৈ কোনোবা প্ৰেমৰ দালালৰ ওচৰত । তাত পাবি টকা ,পুৰাব পাৰিবি তোৰ দেহৰ তৃষ্ণা। যা আৰু কাহানিওঁ নাহিব ওঁচৰত । প্ৰেমত পচি যোৱা এটি মনৰ নষ্ট প্ৰেয়সী #copy_mari_dilu_aru
Posted on: Sat, 10 Aug 2013 12:39:48 +0000

Trending Topics



h
iv class="sttext" style="margin-left:0px; min-height:30px;"> Enjoy the convenience of NH 1 with #residential #property in
Online Clearance Deal 27 Piece Uppercase Handwritten Alphabet

Recently Viewed Topics




© 2015