ফেচবুকত বহুত ছোৱালীৰ - TopicsExpress



          

ফেচবুকত বহুত ছোৱালীৰ একাউন্ট লগ পালো কিন্তু প্ৰায় ভাগৰে প্ৰফাইলত নিজৰ ফটো নাথাকে। বেছিভাগৰে চিনেমাৰ নায়িকা বা অইন বেলেগ ফটো লগোৱা থাকে। ইয়াৰ কাৰনটো কি...?? ১। ঠগ নাই ২। দেখাত বেয়া ৩। শকত ৪। এঙাৰৰ দৰে কলা ৫। বেলেগ কিৱা কাৰন....
Posted on: Mon, 07 Oct 2013 17:31:11 +0000

Trending Topics



Recently Viewed Topics




© 2015