মাকঃ সোণজনী, মেকুৰীয়ে - TopicsExpress



          

মাকঃ সোণজনী, মেকুৰীয়ে গাখীৰ খিনি খাব ছাবা দেই ৷ ৫ বছৰীয়া কন্যাঃ অ মা মাকঃ গাখীৰ খিনি যে নাই কি হল..? কন্যাঃ মেকুৰী জনীয়ে খালে আকৌ ! মাকঃ (খংএৰে) মই তোমাক কি কৰিবলৈ কৈছিলো ৷ কন্যাঃ মেকুৰীয়ে গাখীৰ খিনি খাব ছাবা ৷ মাক চক্, বিল্লী আৰু ৫ বছৰীয়া কন্যা দুয়ো ৰক ৷ শ্বেয়াৰ কৰক ණ Pabitra Phukon
Posted on: Sun, 24 Nov 2013 15:15:38 +0000

Trending Topics



Recently Viewed Topics




© 2015