¤Abinash Kishore¤ @ অভিমান - TopicsExpress



          

¤Abinash Kishore¤ @ অভিমান @ যোৱাকালি উন্দুলি আছিল আকাশ এই যেন ... সৰিব এতিয়াই দুটোপাল ডাৱৰৰ পানী জোনবাইৰ যেন গ্ৰহণ কলা মেঘৰ আঁচলত লুকুৱাই লৈছিল মুখ চিকমিক বিজুলী য়েও আঁকিব পৰা নাছিল ওঁঠত মিচিকি ভুমুকি মাৰিছিল মাথোঁ মাজে মাজে দুই এটি নিষ্পাপ তৰা সাগৰৰ ঢৌবোৰে চুমিব খোজে আকাশ আৰু নদীখন আতুৰ হৈ পৰিছিল তোমাৰ হেঁপাহৰ ছবিখন আঁকিবলৈ নিজৰ বুকুত তুমি .... অভিমানৰ আঁচল টানি সোমাই পৰিছিলা তোমাৰ প্ৰাচীন কাৰেংঘৰত ... !
Posted on: Sun, 15 Sep 2013 09:03:24 +0000

Trending Topics



Recently Viewed Topics




© 2015