repeat telecast! মানুহ এজনে ১৫ - TopicsExpress



          

repeat telecast! মানুহ এজনে ১৫ মহলীয়া বিল্ডিঙৰ ওপৰত কাম কৰি আছিলে। এনেতে দৌৰি আহি এজনে খবৰ দিলে- হৰেন, তোৰ ছোৱালী পিংকীৰ accident হৈছে..! কথাটো শুনি মানুহজনে নাই এইটো হব নোৱাৰে বুলি কৈ ১৫ মহলাৰ পৰা জপিয়াই দিলে! . . যেতিয়া ১০ মহলালৈ আহিল তেতিয়া তাৰ মনত পৰিল আৰে মোৰতো পিংকী নামৰ কোনো ছোৱালী নাই! ৫ মহলালৈ অহাৰ পিছত তাৰ মনলৈ আহিল হাৰে...মই দেখোন বিয়াই পতা নাই! . . . . . . . . . ঠিক মাটিত পৰাৰ আগে আগে তাৰ হুঁছ আহিল আবে মোৰ নামতো হৰেন নহয়.....মই বীৰেন হে!!!!
Posted on: Tue, 05 Aug 2014 01:03:03 +0000

Trending Topics



Recently Viewed Topics




© 2015