ফকটীয়া no.1 জনাৰ্দনৰ - TopicsExpress



          

ফকটীয়া no.1 জনাৰ্দনৰ মেত্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনা মই আৰু নয়ন ঢোৰাসাঁপ তাৰ খবৰ লব গৈছিলো ৷ . সি বোলে 58% পাইছে ,, নয়নে তাক ভালকৈ পহিব কলে ! . . মই সুধিল-বাৰু কচোন তোৰ ভৱিষ্যত পৰিকল্পনা কি ? ., ,, সি কলে----এটিয়া মেত্ৰিক পাছ কৰিলো যেতিয়া হায়াৰ চেকেণ্ডাৰীয়েই পহিম !হায়াৰ ছেকেণ্ডাৰীত physics,chemistry,biology ত মেজৰ লম ৷ তাৰ পিছত সংস্কৃতত Msc কৰিম :o .. কিন্তু আমি অসমীয়া ডেকাবোৰে কেৱল Msc পাছ কৰিলেই নহব,, Bsc ও কৰিব লাগিব ৷ , সেয়ে Msc পাছ কৰাৰ পিছত মই ইঞ্জিনিয়াৰিং কলেজত Bsc কৰিম সংস্কৃতত ৷ .. . তাৰপিছত সন্দিকৈ কলেজত software engineering পহিম ৷৷ ☺☺ . . আৰু শেষত কটন কলেজত MEDICAL পহিম ৷৷ . . . কাৰণ সকলোৱে জানে যে মই অলৰাউণ্ডাৰ :p :p :p _________ জনাৰ্দনৰ এনে কথা শুনি নয়ন ঢোৰাসাঁপ বৰা তাতেই বেহুচ !!!.... :( :( ......
Posted on: Sun, 12 Oct 2014 03:27:57 +0000

Trending Topics



Recently Viewed Topics




© 2015