মই এতিয়া কথা কম। কথা কম - TopicsExpress



          

মই এতিয়া কথা কম। কথা কম মোৰ সুৰেৰে, মোৰ গীতেৰে। মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ, মঞ্চলৈ নহয়। মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ বাহিনীয়ে ৰাইজৰ কাষত সদায়ে থিয় দিবগৈ। সংস্কৃতিৰ নামৰ দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ বাহিনীয়ে বাধা দিব সুৰেৰে গীতেৰে। জয়ন্ত হাজৰিকা Now I will speak. I will speak with my melodies, my songs. I shall come out to sing in the streets, not on the stage. The goal of Xur Bahini is to stand with the people during trying times. Xur Bahini will prevent the rise of evil with melodies and songs. Jayanta Hazarika
Posted on: Sat, 20 Sep 2014 14:16:34 +0000

Trending Topics



Recently Viewed Topics




© 2015