শিৱই এদিন পৰ্বতে পৰ্বতে - TopicsExpress



          

শিৱই এদিন পৰ্বতে পৰ্বতে ঘুৰি আছিল l তাৰ পিছত শিৱৰ পানীৰ পিয়াঁহ লাগিল l শিৱই পানী বিছাৰি বিছাৰি বহু ঠাই ঘুৰি দুৰত এটা ঘৰ দেখি শিৱৰ ভাল লাগিল আৰু সেই ঘৰৰ ফালে গল l শিৱই ঘৰৰ মালিকক পানী খুজিলে কিন্তু ঘৰৰ মালিকে পানী নাই বুলি কলে l শিৱই ঃ কি আছে দিয়া মোৰ পিয়াঁহত প্ৰান যাঁও যাঁও l ঘৰৰ মালিক ঃ মই মদ হে বনাও মদ হলে হৱ নেকি ? শিৱ ঃ যি হলেও হৱ সোনকালে আনা l ঘৰৰ মালিকে শিৱক মদ দিলে অৰু শিৱই সেই মদ খাই সেইদিনা প্ৰান বচালে l শিৱ ঃ তুঁমি মোক আজি মৃত্যুৰ পৰা বচালা তুঁমাক কি লাগিৱ কোৱা l ঘৰৰ মালিক ঃ আপুনি যি দিলে হৱ l শিৱই এটা বৰ দিলে মদৰ দোকান যতেই নিদিয়ক কিয় ৰাতি ১২ বজাত হলেও মানুহে বিছাৰি যাৱ l #Mack
Posted on: Thu, 10 Oct 2013 16:15:54 +0000

Trending Topics



Recently Viewed Topics




© 2015