¤¤শ্ৰমিক¤¤ @-প্ৰাঞ্জল - TopicsExpress



          

¤¤শ্ৰমিক¤¤ @-প্ৰাঞ্জল বৰুৱা-@ মই গৰীবৰ ঘৰত জন্মা শ্ৰমিকৰ বাচ্চা। অচিনাকী সুখৰ সন্ধানত ক্ষত-বিক্ষত প্ৰতি মুহুর্ত। পেছাৰ কি বিড়ম্বনা। আমি মানুহ নহয়। আলকাতাৰাৰ তাপত দেহঁ সিজোৱা গৰীবৰ বাচ্চা। মালিকৰ জোতাৰ ধুলিত পোত যোৱা বিবর্ণ শৰীৰ। মোৰ জন্ম মিছা, আমি অসভ্য, নিচ জাত। প্ৰতিটো টকা কষ্টৰ উপার্জন। কিন্তু সন্মান দুষ্প্ৰাপ্য। ৭০বছৰীয়া বৃদ্ধ। আমি শ্ৰমিক। আমাৰ কষ্টৰ ফচল আনৰ বিলাসভোগ। তথাপিও অপমান, অৱহেলা, অহেতুক মাৰধৰ। নাই প্ৰকৃত মূল্য। কিছু সভ্য মানুহৰ একান্ত দায়িত্ব। বাৰবাৰ উচ্চাৰণ তই নিচ জাত। মানুহ নহয়। তই শ্ৰমিক, এক গৰীবৰ বাচ্চা।
Posted on: Sat, 28 Sep 2013 14:29:18 +0000

Recently Viewed Topics




© 2015