@ৰিক্ত হৃদয়@ সৰাপাতৰ - TopicsExpress



          

@ৰিক্ত হৃদয়@ সৰাপাতৰ খৰমৰনিত সাৰ পাই উঠিল এটি উদাস আবেলি, চকুপানীবোৰ মুকুতা হৈ তেতিয়াওঁ লাগি আছিল দুচকুত ! হৃদয়ৰ ঘোলা পুখুৰীটোত এটি ঢৌ নীৰৱে উঠিল... বিশ্বাসবোৰ হৃদয়ৰপৰা বিয়োগ ঘটি যন্ত্রনাবোৰ হৃদয়ত যোগ হৈ , নীৰৱ হৃদয়খনক কুৰুকি কুৰুকি নিঃশেষ কৰিলে ... !
Posted on: Fri, 16 Aug 2013 08:35:58 +0000

Trending Topics



Recently Viewed Topics




© 2015