অপ্ৰিয় হলেওঁ সত্য - TopicsExpress



          

অপ্ৰিয় হলেওঁ সত্য কথাঃ যিবোৰ লৰাৰ মাণি বেগত টকাৰ সংখ্যা বেছি থাকে ,সিহতৰ লগ বন্ধু ,আৰু গার্ল ফ্ৰেন্দৰ অভাৱ নাই । আনহাতে যিবোৰ লৰাৰ মাণি বেগত টকাৰ সলনি কাগজহে থাকে ,সিহতৰ জিৱনত কোনো নাথাকে ,জিৱনটো উকা কাগজৰ দৰে খালি আৰু ৰস বিহিন ।। এয়াই বাস্তৱ ।। টেটোন তামুলি
Posted on: Sun, 29 Sep 2013 03:48:13 +0000

Trending Topics



Recently Viewed Topics




© 2015