শিক্ষক দিৱসৰ দিনা অসমৰ - TopicsExpress



          

শিক্ষক দিৱসৰ দিনা অসমৰ এখন স্কুলৰ ছাত্র- ছাত্রীৰ লগত মোদীৰ video conference! মোদী- তোমালোকে কিতাপ আৰু কম্পিউটাৰৰ পোক হৈ নাথাকিবা। সদায় খেল ধেমালি কৰিবা। স্বাস্থ্য আৰু মন দুয়ো ভালে থাকিব। নবীনৰ পুতেক- মই সদায় ফুটবল, ক্রিকেট আৰু লন টেনিচ খেলোঁ! মোদী- ভেৰি গুড! কিমান সময় খেলা? . . . . . . . . .. . ... . নবীনৰ পুতেক- মবাইলৰ চাৰ্জ শেষ নোহোৱালৈকে খেলোঁ! মোদী shocks! নবীনৰ পুতেক rocks!
Posted on: Fri, 19 Sep 2014 13:31:46 +0000

Trending Topics



Recently Viewed Topics




© 2015