New ebooks @ AssamKart মহাদুষ্টৰ - TopicsExpress



          

New ebooks @ AssamKart মহাদুষ্টৰ দুষ্টবুদ্ধি ড০ভবেন্দ্ৰ নাথ শইকীয়া১৯৮২ চনৰ পৰা ১৯৯৬ চনলৈকে ওলাই থকা সঁফুৰা নামৰ আলোচনীখনৰ সম্পাদকআছিল৷ এই আলোচনীখনত ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’ নামৰ শিতান আছিল৷ সেইটো শিতানত ভালেমান লেখকৰ‘গল্প’ ছপাইছিল; অন্য ভাষাৰ গল্পৰ সহায় লৈ লিখা ‘গল্প’ও ছপাইছিল; আৰু কোনোফালৰ পৰা উপযোগী গল্প নাপালে তেওঁ নিজেই কিছুমান গল্প লিখি উলিয়াইছিল৷ এই কিতাপখনত তেনে ধেমেলীয়া কাহিনীবোৰ একলগে পোৱা যাব৷ assamkart/new-releases/244/2/assamese/-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A6%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%B0-%E0%A6%A6%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%AC%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%BF-(Mahadustar-Dustabudhdhi)-detail
Posted on: Fri, 13 Sep 2013 08:52:55 +0000

Trending Topics



Recently Viewed Topics




© 2015