what is tension...? 1. এদিন এজনী - TopicsExpress



          

what is tension...? 1. এদিন এজনী ধুনীয়া ছোৱালীয়ে আপোনাৰ পৰা lift ললে. 2. ৰাস্তাত তাইৰ গা বেয়া হল. আপুনি তাইক hospital লৈ গল. 3. তাইক চাই ডাক্তৰে আপোনাক কলে ... আপুনি বাপেক হবলৈ ওলাইছে . হলেই নহয় আপোনাৰ tension. 4. আপুনি কলে হব লগা সন্তান আপোনাৰ নহয়. ছোৱালীজনীয়ে কয় আপোনাৰ হয় . tension. 5. পুলিচ আহিল , আপোনাৰ medical check up হল, report আহিল , আপুনি বোলে বাপেক হবই নোৱাৰে . ভগৱানক ধন্যবাদ দি আপুনি ওলাই আহিল . 6. আহি গল আপোনাৰ আচল tension . ঘৰত থকা দুটা তেনেহলে কাৰ????
Posted on: Sat, 15 Nov 2014 05:16:10 +0000

Trending Topics



Recently Viewed Topics




© 2015