কোন পুস্পিতাৰ মোহময় পৰশত - TopicsExpress



          

কোন পুস্পিতাৰ মোহময় পৰশত জীৱন্ত হৈ উঠে, গলি গলি শেষ হোৱা এটুকুৰা মমৰ গলিত হৃদয়। শৰতো আহে বাৰে বাৰে কুঁৱলীৰ কোলাত পদুম দুভৰি পেলাই। জঁয় পৰি ৰৈ যায় তলসৰা শেৱালিৰ মধুৰ অধ্যায়। গলিত মমৰ বুকুত তেওঁ যে আছেহি লুকায়-বতৰা জানো কোনোবাই পায়।
Posted on: Wed, 25 Sep 2013 04:07:34 +0000

Trending Topics



Recently Viewed Topics




© 2015