কাৰোবাক বহুত ভাল লাগি - TopicsExpress



          

কাৰোবাক বহুত ভাল লাগি যায়....ভাল লাগিল বুলি কলেই ভালপোৱা ক নুবুযাই...আজি কিছু দিনৰ পৰা কথাতো অনুভৱ কৰি আছিলো আজি লিখি দিলো এখন বগা কাগজত..... তাৰ বাহিৰে আন উপায়েই নাই...মোৰ জীৱনৰ বাটত এইবোৰ হয়তো নাই.... এইবোৰত খোজে প্ৰতি কেৱল প্ৰতাৰনা, আঘাত, দুখ এইবোৰই পাওঁ...আজি ৫ বচৰৰ আগেয়েই মোৰ হিয়াভৰা, মৰম, ভালপোৱাক ভৰিৰে গছকি বুকুখন এচাৰি থৈ গল গৈ............
Posted on: Thu, 04 Sep 2014 08:48:22 +0000

Recently Viewed Topics




© 2015