ৰাম গোৱিন্দ মূকুন্দ - TopicsExpress



          

ৰাম গোৱিন্দ মূকুন্দ মুৰাৰি ॥ ৬৭ ভৈল হ্ৰদ সিটো নিৰ্মল জল । দেখিয়া সৱে ভৈল কৌতুহল ॥ সপুত্ৰ বান্ধৱে গুচাইলা কালি । তীৰক পাছে গৈলা বনমালী ॥ ৭৯৫ ........................................ ......................................... ........................................ যমুনা তীৰত বঞ্চিলা ৰাতি । ক্ষুধায়ে তৃষ্ণায়ে আতি ॥ ঘূমটি গৈলা হাৰা শাস্তি হুই । বেঢ়িয়া বনত লাগিল জুই ॥৭৯৯ .................................... .................................. বহ্নিক দেখি ভৈলা সৱে ত্ৰাস । ত্ৰাহি কৃষ্ণ বুলি পাড়ৈ আটাস ॥ ৮০০ ................................ ভয় নাই বুলি আপুন মুখে । পিলা বনাগ্নিক পৰম সুখে ॥৮০১ .................................. কৃষ্ণৰ কৰ্ম আতি আচৰিত । বিষ্ময় দেখি সমস্তৰে চিত্ত ॥ নোহন্ত মানুষ নন্দ তনয় । পৰম পুৰুষ জানি নিশ্চয় ॥ .................................... কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে গায় । কেতিক্ষণে পড়ে ক্ষণিক কায় ॥ জানিয়া কৃষ্ণৰ চৰণে ধৰি । সমস্ত সমাজে ঘুষিয়ো হৰি ॥ ৮০৬ কৃষ্ণ ,,,,,,,,,, গুৰুজনাই তেৰাৰ কীৰ্ত্তন ঘোষাৰ কালিয় দমন একাদশ ককীৰ্ত্তনত ভগৱন্ত কৃষ্ণই বনাগ্নিক পান কৰাৰ কথা অতি সুন্দৰ আৰু সহজ ভাষাৰে বৰ্ণনা কৰিছে । ভগৱন্ত কৃষ্ণৰ আচৰিত কৰ্ম সমূহ দেখি সমস্ত ব্ৰজ বাসী বিষ্ময় হৈছিল । নন্দৰ পুত্ৰ সাধাৰণ মনুষ্য নহয় তেওঁ যে পৰম পুৰুষ সেই কথা তেওঁলোকে নিশ্চিত ভাৱে বুজি পালে । গুৰুজনাই কৈছে এই ক্ষণস্থায়ী দেহা কেতিয়া পৰে তাৰ কোনো ভাৰষা নাই । গতিকে তাকে জানি সমস্ত লোকে কৃষ্ণৰ চৰণত নিজকে সমৰ্পিত কৰি হৰিৰ নাম গুণ যশ মহিমা খ্যাতি আদি শ্ৰৱণ কীৰ্ত্তন কৰিব লাগে ......... Caption After Krishna subdued the serpent Kaliya, and emerged from the Yamuna, all the inhabitants of Vrndavana rushed to Him and embraced Him. They felt as though they had recovered their very lives. Mother Yasoda held Krishna on her lap and shed tears continuously. By this time it was almost night and as everyone was very tired, all the inhabitants of Vrndavana, including the cows and calves, took rest on the riverbank. In the middle of the night, there was suddenly a great forest fire. Everyone immediately took shelter of Krishna saying, Our dear Krishna! O Supreme Personality of Godhead! Our dear Balarama, reservoir of all strength! Please try to save us from this all-devouring and devastating fire. We have no shelter other than You. This devastating fire will swallow us all! Because of Krishnas unlimited power to do anything He desires, He immediately swallowed the whole forest fire and saved all the inhabitants of Vrndavana.
Posted on: Thu, 14 Aug 2014 06:14:46 +0000

Trending Topics



I-am-Confused-Darkness-Is-Not-My-Place-I-topic-392632214176844">Ya ALLAH I am Lost And I am Confused Darkness Is Not My Place I
Insert 78 I couldnt utter a single word, I was beyond

Recently Viewed Topics




© 2015