কিছু ব্যক্তিগত - TopicsExpress



          

কিছু ব্যক্তিগত অনুভৱ...... ১।এটা কথা স্পষ্টহৈ পৰে যেতিয়া কোনো এজন ব্যক্তিৰ facebook profile চোৱা যায়, দেখা যায় প্ৰায় Politics সদায় Not intarested লিখা থাকে। কথাতোত মই আঘাত পাওঁ। কিয়......? ২। অসমৰ প্ৰতিজন মানুহৰে মই ভাবো এটা হলেও নিদিষ্ট বিষয়ত Talent আছে। প্ৰত্যেকেই সেই Talent ব্যৱহাৰ কৰি প্ৰতিষ্ঠিত হব পাৰে। কিন্তু আজিৰ তাৰিখতো সেয়া হৈ উঠা নাই কিয়? মোৰ বাবে নুবুজা সাথৰ, আমি প্ৰকৃততেই এলেহুৱা নেকি নে আন কিবা! (মইয়ো ব্যক্তিক্ৰম নহয়)! ৩। হবি কি বুলি যদি প্ৰশ্নকৰা যায়, উত্তৰ আহে গান শুনা, T.V.চোৱা, শুৱা ইত্যাদি ইত্যাদি! এই বোৰ মানুহ এজনৰ হবি হব পাৰে নেকি? ৪। জীৱনৰ লক্ষ্য কি বুলি সুধিলে ময়ো এটা সদ উত্তৰ দিব নোৱাৰো। কাৰণতো কি? ৫। দেখাযায় Facebookot লেখা মেলা কৰা মোৰ লগতে (অবশ্যেই মই লেখক নহয়) বেছি ভাগৰেই লিখাৰ উপকৰন প্ৰেম আৰু ট্ৰেজেদী। কাৰণতো কি! অসমত লিখিবৰ বাবে সমলৰ অভাৱ নেকি? "ভুল হলে ক্ষমা কৰিব"
Posted on: Wed, 31 Jul 2013 17:47:40 +0000

Trending Topics



Recently Viewed Topics




© 2015